মহান বিবাদ

14/46

অধ্যায় ১৩ - স্টীফেনৰ মৃত্যু

জেৰুজালেমত শিষ্যবিলাকৰ সংখ্যা বহুগুনে বৃদ্ধি পালে। বহুতো পুৰোহিতে ঈশ্বৰ বিশ্বাসী হবলৈ ধৰিল। ঈশ্বৰত পূর্ণ বিশ্বাসী স্টিফেনে মানুহৰ জুমৰ মাজত বৰকৈ আচৰিত আৰু আশ্চর্য কামবোৰ কৰি আছিল। পুৰোহিত বিলাকে ঐতিহ্য, স্বাৰ্থত্যাগ আৰু দানবোৰৰ পৰা আতৰি অহাত আৰু যীশুক মহান স্বাৰ্থত্যাগৰ দৃষ্টান্ত হিচাপে গ্ৰহণ কৰাত বহুতোৱে ত্ৰুদ্ধ লৈ গ’ল। ক্ষমতা শালী স্টিফেন পুৰোহিত আৰু বয়ঃসস্থসকলক তিৰস্কাৰ কৰিল আৰু তেওঁলোকৰ আগত যীশুৰ জয়োল্লাস কৰিল। তেওঁলোকে তেওঁয়ে। জ্ঞান আৰু ক্ষমতাৰ দ্বাৰা কোৱা কথাবোৰক সহ্য কৰিব নোৱাৰিলে আৰু সেইবাবে তেওঁলোকে কিছু সংখ্যক মানুহ ভাৰা কৰি আনি মিছাৰ আশ্ৰয় লৈ সিঁহতক কবলৈ বাধ্য কৰিল যে সিঁহতে তেওঁক মােজেচ আৰু ঈশ্বৰ বিৰূদ্ধে অধৰ্মী কথা কোৱা শুনিছিল। তেওঁলোকে মানুহৰ জুমক নৰাই দিলে আৰু মিছা সাক্ষ্যৰ যোগেদি স্টিফেনক মন্দিৰ আৰু ঈশ্বৰৰ আইনৰ বিৰূদ্ধে কোৱাৰ বাবে দোষী সাব্যস্ত কৰিল। সিঁহতে প্রমান দিলে যে সিঁহতে তেওঁক নাজাৰেথৰ যীশুৱে তেওঁলোকক মোচেক দিয়া ৰীতিনীতিবোৰ ধ্বংস কৰিব বুলি কোৱা শুনিছিল। GCam 67.1

ষ্টিফেনৰ বিৰূদ্ধে বিচাৰ সভাত বহা সকলোৰে তেওঁৰ চেহেৰাত ঈশ্বৰৰ গৌৰৱৰ পোহৰটো দেখা পালে। তেওঁৰ চেহেৰাখন এজন দূতৰ মুখৰ নিচিনাকৈ পোহৰ কৰি আছিল। তেওঁ পূর্ণবিশ্বাস আৰু পবিত্র আত্মাৰে থিয় হৈ ভবিষ্যত বক্তা সকলক সেও কৰিলে যীশুৰ পবিত্র আত্মাৰে ক্রচবিদ্ধ হোৱা, পুনৰুত্থান আৰু আৰোহণলৈ আৰু তেওঁলোকক দেখুৱালে যে প্ৰভুৰে হাতেৰে বনচৱা মন্দিৰত বাসন কৰে। তেওঁলোকে মন্দিৰ খনত পূজা কৰিলে। মন্দিৰৰ বিৰূদ্ধে কোৱা যিকোনো কথাই তেওঁলোকৰ মনটোক বেয়া কৰি দিছিল আনকি ঈশ্বৰৰ বিৰূদ্ধে কোনো কথায়ে যিটো কৰা নাছিল। স্টিফেনৰ মনটো লৰি গৈছিল স্বৰ্গীয় বিচাৰে কাৰণ তেওঁ চিকাৰি উঠিছিল তেওঁলোকৰ পতিত কামবোৰৰ বাবে। তেওঁলোকৰ বাহিৰৰ নিৰ্দেশবোৰ অনুসৰণ কৰিলে যেতিয়া হৃদয়বোৰ দূষিত হৈগৈছিল সাংঘাতিক বেয়া কামেৰে। স্টিফেনে। তেওঁলোকক ভবিষ্যতবক্তা সকলক শাস্তি দিয়াত তেওঁলোকৰ পিতৃহঁতৰ নিষ্ঠুৰতাৰ কথা উল্লেখ কৰি ক’লে, তোমালোকে তেওঁলোকক হত্যা কৰি এতিয়া বিশ্বাসঘাতক আৰু হত্যাকাৰী হৈ গৈছা। GCam 67.2

সহজ আৰু চোকা সত্যবোৰ কোৱাত মূখ্য পুৰোহিত আৰু শাসকবিলাকে ক্রুদ্ধ হৈ গ’ল আৰু তেওঁলোকে স্টিফিনলৈ দৌৰি গ’ল। স্বৰ্গৰ পোহৰ তেওঁৰ ওপৰত পৰিল আৰু যেতিয়া তেওঁ স্থিৰ দৃষ্টিৰে স্বৰ্গলৈ চালে, তেওঁক ঈশ্বৰৰ গৌৰৱ দৰ্শন দিয়া হ’ল আৰু দূতলিকে তেওঁৰ চাৰি কাষে ঘেৰি ধৰিলে। তেওঁ চিঞৰি উঠিল, দেখা, মই দেখা পালো যে স্বৰ্গখন মুকলি হ’ল আৰু মানৱ পুত্ৰ ঈশ্বৰৰ সোঁ হাতে থিয় হৈ আছে। মানুহৰ ভিৰে তেওঁৰ কথা নুশুনিব। তেওঁলোকে তীব্র স্বৰেৰে চিঞৰি উঠিল আৰু দলিয়াই তেওঁক দলিয়াইনগৰ খনৰ পৰা উলিৱাই দিলে। স্টিফেনে আঁঠুকাঢ়ি তীব্ৰভাৱে কান্দি কলে, প্রভু তেওঁলোকক এই পাপৰ পৰা ৰক্ষা। কৰা। GCam 68.1

মই দেখিলো যে স্টিফেন এজন ঈশ্বৰৰ গৌরবান্বিত ব্যক্তি আছিল বিশেষকৈ যাৰ উত্থান হৈছিল গীর্জাত এটা গুৰুত্বপূৰ্ণ স্থান দখল কৰাৰ বাবে। শিলাৰ দলিয়াই তেওঁৰ মৃত্যু হোৱাত চয়তানে। উৎফুল্ল হ’ল, কাৰণ সি বুজিব পাৰিছিল যে শিষ্যবিলাকে তেওঁৰ অভাৱটো বৰকৈঅনুভব কৰিব। কিন্তু চয়তানৰ জয়োল্লাস আছিল চুটি, কাৰণ স্টিফেনৰ মৃত্যু স্বাধী হৈ থকাৰ সাৰিতআছিল মাত্র জেন আফু তেওঁৰেই যীশুৱ নিজক প্ৰকাশ কৰাৰ কথা আছিল। প্রত্যক্ষভাৱে অংশগ্রহণ ন কৰিলেও চয়তানে ষ্টিফেনৰ মৃত্যুত সম্মতি জনাইছিল। চৌল ঈশ্বৰৰ গীৰ্জাৰ ৰোষত ঈর্ষান্বিত হৈ তাত থকা মানুহবিলাকক সেই সকলৰ ওচৰত গতাই দিলে যি সকলে তেওঁলোকক হত্যা কৰিব। চয়তানে বৰ দক্ষতাৰে চলক ব্যবহাৰ কৰি আছিল। কিন্তু ঈশ্বৰ চয়তানৰ ক্ষমতা ভন্ড কৰিব পাৰে আৰু সেই সকলক মুক্ত কৰিবপাৰে যি সকলে তাৰ দ্বাৰা বন্দী হৈছিল। চৌল এজন শিক্ষিত মানুহ আছিল আৰু চয়তানে জয়োল্লাসেৰে। চৌলৰ প্ৰতিভা প্ৰয়োগ কৰিলে। কিন্তু যীশুয়ে তেখেতৰ নাম প্ৰচাৰ, শিষ্যবিলাকৰ কামত শক্তি বৃদ্ধি কৰা আৰু বিশেষকৈ স্টিফেনৰ খালিঠাই পুৰোৱাৰ বাবে চৌলকে বাচি ল’লে। চৌলে ইহুদী সকলৰ দ্বারা বর্ষকে সন্মানিত হৈছিল। তেওঁৰ উৎসাহ আৰু শিক্ষা। তেওঁলোকক সন্তুষ্ট কৰিলে আৰু বহুতো শিষ্যৱে শংকিত হ’ল। GCam 69.1

এক্টচ্চ্ অধযায় ৬ আৰু ৭ দেখক GCam 70.1