মহান বিবাদ

11/46

অধ্যায় ১০’ৰ শেষাংশ
খ্রীষ্টৰ পুনৰুত্থান

কিন্তু ভগৱানে তেখেতৰ দূত পঠিৱাই পিটাৰক মুক্ত কৰিছিল। হেৰাড মানুহৰ জাকৰ উল্লাস প্ৰকাশ কৰি আছিল আৰু সেইবাৱে ভগৱানে তেওঁৰ ভয়াৱহ মৃত্যু হৈছিল। GCam 49.3

ৰাতিপুৱা পোহৰ নৌহওঁতে পবিত্র তিৰোতাবিলাকে সমাধি স্থানত আহি মিঠা সুগন্ধিৰে যীশুর শৰীৰখন নোৱাবৰ বিচৰিছিল। তেতিয়া তেওঁলোকে দেখিলে যে তাত যীশুৰ শৰীৰ নাই। তেওঁলোকে শত্রু বিলাকৰ কথা ভাবি থকা অবস্থাতেই উজ্জ্বল চকমকিয়া চেহেৰাৰ দু’জন আবিৰ্ভাৱ হৈছিল। তেখেত সকলে পৱিত্ৰ তিৰোতা বিলাকৰ অহাৰ কাৰণ বুজিব পাৰিছিল আৰু তেওঁলোকক কৈছিল যে তেওঁলোকে বিচাৰি থকা যীশুৰ শৰীৰটা তাত নাছিল। তেখেতৰ উত্থান হৈছে, তেওঁলোকে জানি দেখিৱ পাৰিছিলে তেখেতে শুই থকা স্থানটা। শিষ্য সকলক গৈ এইদৰে কৰিলে যোৱাৰ কথা শুনি তেওঁলোক ভীত আৰু আচৰিত হই গৈছিল। তেওঁলোকে বেগেৰে শিষ্যসকলৰ ওচৰত গৈছিল যি সকলে শোক প্রকাশ কৰি আছিল আৰু যীশু ক্রুশবিদ্ধ হোৱাৰ কাৰণে সেই সকলক সান্তনা দিব পৰা নাছিল। তেওঁলোকৰ পৰা শুনিও শিষ্য সকলে বিশ্বাস কৰিব পৰা নাছিল। যে যীশুর উত্থান হৈছে। কিন্তু খৰ আনোঁতা সকলৰ লগত সিঁহতে সমাধি স্থানলৈ দৌৰি গৈছিল আৰু গৈ দেখিছিল যে যীশু তাঁত নাছিল। তাত থকা তেখেতৰ লাইনেনৰ কাপোৰ দেখিও সিঁহতে বিশ্বাস কৰিব পৰা নাছিল এ যে যীশুৰ মৃতাবস্থাৰ পৰা উঠি আহিছিল। সকলো যিনি দেখা আৰু শুনেৰে পিচত আচরিত হৈয়ে সিহঁতে ঘৰলৈ উভতি গৈছিল। মেৰীয়ে তেওঁ চোৰাখিনিৰ কথা চিতা কৰি আৰু এই ভাবি যে তেওঁক হয়তো প্রতাৰিত কৰা হৈছিল, তেওঁ সমাধি স্থানৰ আশে পাশে পলম কৰি ৰৈ থকাৰ কথা স্থিৰ কৰিছিল। তেওঁ ভাবিছিল যে নতুন বিচাৰ বাৰে ৰৈ আছে। তেওঁত দুখ নতুনকে বাঢ়ি যোৱাত তেওঁ বৰকে কান্দিছিল। তেওঁ আকৌ নতহৈ কবৰৰ ফালে চোৱাত বগা পোচাকত দু’জন দূতক দেখা পালে। যত যীশুক শুৱাই ৰখা হৈছিল তাত তেখেতৰ মূখৰ ফালে এজন দূতে মহি আছিল আৰু আনজনে তেখেতৰ ভৰিৰ ফালে। তেওঁলোকে কোমলভাবে তেওঁক কিয়কান্দি আছিল বুলি শুধাত তেওঁ উত্তৰ দিছিল, তেওঁলোকে মোৰ প্ৰভুক লৈ গৈছিল আৰু মই নাজানো তেখেতক ক’ত ৰখা হৈছে। GCam 50.1

যেতিয়া তেওঁ কবৰৰ পৰা ঘূৰি গৈছিল তেতিয়া তেওঁ যীশুৰ দেখা পাইছিল। যদিও তেওঁৰে তেখেতক যীশু বুলি নেজানিছিল। যীশুৱে কোমলভাবে মেৰৱবৰ তেওঁৰ দুঃখৰ কথা আৰু তেওঁৰে কাক বিচৰি আছে বুলি শুধিছিল। তেওঁ তেখেতক এজন মানী বুলি অনুমান কৰিছিল আৰু তেখেতৰ ওচৰত ভিক্ষা প্ৰাথনা কৰি জানিব বিচাৰী ছিল যে এতখেতে তেওঁৰ প্রভুক লৈগৈ ক’ত থৈছিল প্রভুক লৈ যোৱাৰ উদ্দেশ্যে। যীশুৰ স্বৰ্গীয় স্বৰেৰে তেওঁৰ লগত কথা পাতিলে আৰু ক’লে, মেৰী! তেওঁৰ ইে প্রিয় স্বৰতৈৰে সৈতে চিনমি ধৰিব বিচাৰিছিল। কিন্তু তেখেতে পিছলৈ গুচি গৈছিল, মোক স্পৰ্শ নকৰিবা কাৰণ মই এতিয়াও মোৰ পিতৃ, আৰু তোমালোকৰ পিতৃ, মোৰ ভান আৰু তোমালোকৰ ভৱানলৈ আৰোহণ কৰিম। বেগেৰে গৈ উল্লাসিত হৈ তেওঁ শিষ্যসকলক এই সুখবৰটো দিলে। পলম ন কৰা কৈ যীশু তেওঁৰ পিছলে আৰোহণ করি তেখেতৰ পৰা শুনিব বিচাৰিলে যে তেওঁ স্বাৰ্থত্যাগ কৰি সকলো যিয়ে ভাল কামকৰাৰ পিচত তেওঁৰে এতিয়া স্বৰ্গ আৰু পৃথিবীত সকলো ক্ষমতা তেওঁৰ পিতৃৰ পৰা পাব লাগে। GCam 51.1

স্বৰ্গীয় দূত বিলাকে ডাৱৰৰ নিচিনা ভগবানৰ পুত্ৰক ঘেৰি ধৰিলে আৰু অবিনাশী পদুলিবোৰ উঠাই দিয়াৰ বাবে আদেশ দিলে যাতে মহিনান্বিত ৰজা প্ৰবেশ কৰিব পাবে। মই দেখিলো যে যেতিয়া যীশু সেই উজ্জ্বল দুত জনৰ লগত আছিল, তেওঁৰ পিতৃৰ উপস্থিতিত আৰু ভগবানৰ গৌৰবেৰে আবেষ্ঠিত হৈ, তেখেতে পহৰা নছিল পৃথিবীত থকা তেখেতৰ দুখীয়া শিষ্যসকলক। কিন্তু তেখেতৰ পিতৃৰ পৰা ক্ষমতা গ্ৰহণ কৰিছিল, যাতে সিঁহতক ঘূৰাই দিব পাৰে আৰু তেওঁলেকের লগত থকা সময়ত ক্ষমতাবোৰ তেওঁলোকৱ মাজতে বিস্তাৰ কৰি দিব পাৰে। একে দিন খনতে তেখেতে নিজক তেখেতেৰ শিষ্যসকলৰ আগত দেখা দিল। তেখেতে তেওঁলোকক যন্ত্রনা দিয়েই তেখেতক স্পৰ্শ কৰিব ক’লে কাৰন তেখেতেও একেটা পথেৰেই তেখেতৰ গৃহলৈ আৰোহণ কৰি ক্ষমতাবৰ গ্ৰহণ কৰিছিল। GCam 52.1

কিন্তু এই সকয় ছোৱতে তমাকে উপস্থিত নাছিল। তেওঁ শিষ্যবিলাকৰ প্ৰতিবেদনটো বিনীতভাবে গ্রহণ নকৰিব। কাৰণ তেওঁৱে তেওঁৰ ভ্ৰাতৃসকলৰ মাজতেই বিশ্বাসৰ অভাব দেখা পাইছিল। যদিও সকলোৰে একেই প্রমানৰ প্ৰয়োজন, কিন্তু কিছু সংখ্যকেই যীশুক গ্ৰহণ কৰিব আৰু তেখেতৰ পুনৰুত্থানত বিশ্বাস কৰিব। কিন্তু এয়া ভগৱানৰে ইচ্ছা আছিল যে শিষ্যবিলাকৰ প্রতিবেদনখন সকলোৰে ওচৰত যোৱা উচিত আৰু বহুতোৱে এয়া গ্ৰহণ কৰে সেই সকলৰ পৰা যি সকলে দেখিছিল (আৰু বহুতোৱে এরা গ্ৰহণ কৰে) সেই সকলৰ পৰা যি সকলে দেখিছিল আৰু শুনিছিল। এানকৈ অবিশ্বাসৰ বাবে ভগৱানে বৰ সন্তুষ্ট নাছিল। যীশুৱে তেখেতৰ শিষ্য বিলাকৰ লগত লগ কৰাৰ সময়তে হামাচকে তেখেতেক দেখিয়েই বিশ্বাস কৰিলে। তেখেত টমাকে বিছাৰ প্ৰমাণ তেওঁক দিয়াত তেওঁয়ে মোৰ প্ৰভু মোৰ ভগবান খুলি কান্দি উঠিলে। কিন্তু যীশুৱে থমাচক তাৰ অবিশ্বাসৰ বাবে তিৰস্কাৰ করিলে। তেখেতে তেওঁক কলে, টমাচ তুমি মোক নেদেখাকেই বিশ্বাস কৰিছে। GCam 52.2

এতেকে, মই দেখিলো যে যিসকলৰ প্ৰথম আৰু দ্বিতীয় জন দূতৰ বাণীত কোনো অভিজ্ঞতা নাছিল, তেওঁলোকৰ অৱশ্যেই সেইটো গ্ৰহণ কৰিব লাগে সেইসকলৰ পৰা যাৰ অভিজ্ঞতা আছিল আৰু অনেকে বাণীৰ সহায়েৰে অনুসরণ কৰে। যেনে যীশুৱে ক্রশ বিদ্ধ হৈছিল তেনেদৰে এই বাণীবোৰও যেন ক্রীচৰে বিনাশ হৈ গৈছে। যেতিয়া শিষ্যবিলাকে ঘোষনা করিলে যে মানুহবিলাকেৰ মাজত স্বৰ্গৰ অধীনত অনে কোনো নামত মুক্তি নাছিল, তেনে হ’লে ঈশ্বৰৰ ভৃত্যসকলে বিশ্বাসেৰে আৰু সাহসেৰে ঘোষণা কৰা উচিত যে যি সকলে তৃতীয়টা বাণীৰ অংশ বিষয়ে আকোৱালি লৈছে সেই সকলোৰে অবশ্যেই আনন্দেৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয়টো বাণীক আকোৱালি লব লাগে যেনে ঈশ্বৰ তেওঁলোকক দিছে। GCam 53.1

যেতিয়া পবিত্র তিৰোতাবিলোকে যীশুৰ উত্থানৰ প্রতিবেদনখন কঢ়িয়াই আতনছিল, তেতিয়া ৰোমান পহৰদাৰ বোৰে মিছা প্ৰচাৰ চলাই আছিল, মুখ্য পুৰোহিতবিলাক আৰু বয়সস্থ সকলৰ দ্বাৰা প্ৰৰোচিত হৈ যে তেওঁ লোকে শুই থকা অৱস্থাত শিষ্যবিলাকে নিশাৰ ভিতৰত আহি যীশুৰ শৰীৰটো চুৰ কৰি লৈ গৈছিল। চয়তানেই এই মিছা কথাটো মুখ্য পুৰোহিত সকললৈ আগবঢ়াইছিল। আৰু তেওঁলোকৰ কথা গ্ৰহণ কৰিবলৈ সাজু হৈছিল থিয় হৈ থকা মানুহবিলাকে। কিন্তু ঈশ্বৰ এই অপপ্রচারটো বন্ধ কৰিবলৈ নিশ্চিত কৰিছিল, মৃতাবস্থাৰ পৰা সাক্ষী সঁতক উঠাই আনে যীশুৰ পুনৰুত্থানৰ দ্বাৰা। GCam 54.1

যীশু তেখেতৰ শিষ্যবিলাকৰ সৈতে চল্লিশ দিন থাকিছিল, তেওঁলোকক সুখ আৰু আনন্দ দি পেলাই তেওঁলোকৰ আগত সম্পূর্ণরূপে ঈশ্বৰৰ ৰাজত্বৰ বাস্তৱতা প্ৰকাশ কৰি, তেখেতে তেওঁলোকক পাঠিয়ালে সেই কথাবোৰৰ প্ৰমান বহণ কৰিবলৈ যি বোৰ তেওঁলোকে দেখিছিল আৰু শুনিছিল। যেনে, তেওঁলোকক ক’লে যে তেওঁলোকৰ উৎপীড়িত আৰু তেখেতে তেওঁলোকক কোৱা যাতনা উপশম হব তেওঁলোকেৰ অভিজ্ঞতাৰ বৰ্ণনাৰে আৰু তেখেতে তেওঁলোকক কোৱা কথাবোৰৰ স্মৰনেৰে। তেখেতে তেওঁলোকক ক’লে যে তেখেতে চয়তানৰ প্ৰলোভনবোৰে অতিক্রম কৰিছিল আৰু যন্ত্রনাৰ মাজেদি জয় সাব্যস্ত কৰিছিল, যাতে চয়তানের কোনো প্ৰকাৰেই তেখেতৰ ওপৰত ক্ষমতা খটাব নোৱাৰে। তেখেতে তেওঁলোকক ক’লে যে তেওঁলোকেও অতিক্রম কৰিব পাৰিব যেনে তেখেতে অতিক্রম কৰিছিল আৰু তেওঁলোকক কৈছিল যে যদিও দুষ্ট মানুহবিলাকে তেওঁলোকৰ শৰীৰৰ ওপৰত কর্তৃত্ত্ব খটুৱাৰ, তেখেতে সময়ে সময়ে তেখেতৰ দূতবিলাকক পঠিযৱাই তেওঁলোকক উদ্ধাৰ কৰিব। তেখেতে আৰু ক’লে যে তেওঁলোকক গুরুত্ব সহকাৰে শুনিল। তাৰ পিচতে তেওঁলোকে নিশ্চিত হ’ল যে তেখেতেই আছিল পৃথিৱীৰ (কর্তা। তেওঁলোকৰ বুকু দঃখেৰে ভৰি উঠিল যেতিয়া তেওঁলোকে ভাবিল যে এই জন ধন্য, স্বর্গীয় শিক্ষকৰ লগ এৰি তেওঁলোকক যাবই লাগিব। কিন্তু আকৌ তেওঁলোকৰ বুকুবোৰ প্ৰেম আৰু অত্যাধিক আনন্দৰ উষ্ণতাৰে ভৰি উঠিল, যেতিয়া যীশুৱে তেওঁলোকক ক’লে যে তেখেতে যাব আৰু তেওঁলোকৰ বাবে গৃহ নিৰ্মাণ কৰি। আকৌ উভতি আহি তেওঁলোকক গ্ৰহণ কৰিব তাতে তেওঁলোকে সদায়ৰ বাবে তেখেতৰ সৈতে থাকিব পাৰে। তেখেতে তেওঁলোকক ক’লে যে তেখেতে তেওঁলোকলৈ সান্ত্বনা দিওতা অর্থাৎ পবিত্র আত্মাকে পঠাৱাৰ তেওঁলোকক পথ দেখুৱা, আশীৰ্ব্বাদ কৰা আৰু সত্যৰ পথেৰে আগুৱাই নিয়া ৰাবে আৰু এই বুলি তেখেতে হাত দুখন ডাঙি তেওঁলোকক আশীৰ্ব্বাদ কৰিলে। GCam 54.2

১) দেখক দৈববাণী ১৪ ৬-৮। এই গ্ৰন্থৰ ২৩ আৰু ২৪ অধ্যায়ত ব্যাখ্যা কৰা হৈছে। GCam 55.1

২) দেখক দৈববাণী ১৪ ৯-১২। এই গ্ৰন্থৰ ২৮ অধ্যায়ত ব্যাখ্যা কৰা হৈছে। GCam 56.1

মেথিউ ২৭ ৫২-৫৩, অধ্যায় ২৮, মার্ক ১৬১-১৮( লিউক ২৪১-৫০ জন অধ্যায় ২0( এক্টচ্ অধ্যায় ১২ দেখক। GCam 56.2