মহান বিবাদ

45/46

শব্দ তালিকা — ১ম উপস্থিতি প্ৰকাশ

যীশু খ্ৰীষ্ট — তিনিজন ভগৱানৰ এজন। এই পৃথিৱী আৰু বিশ্ব ব্ৰহ্মাণ্ডত আটাইখিনি তেওঁয়ে সৃষ্টি কৰিছে। মানব রূপে তেওঁৰ জন্ম হৈছিল প্রায় ২০০০ বছৰ পূৰ্বে, ৩৩ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল, পুনৰুত্থান হৈছিল আৰু এতিয়া স্বৰ্গত কৰ্মৰত আমাৰ মুক্তিৰ বাৱে। তেওঁ সোনকালে পৃথিবীলৈ উভতি আহিব আৰু সদায়ৰ বাবে বিশ্ব ব্রহ্মান্ড গোটেই কর্তৃত্ব দিয়া হব। GCam 222.2

চয়াতান — পিশাচ সকলো বেয়া কামৰ পিতৃস্বরূপ আটাহতকৈ ধুনীয়া আৰু সঠিক জীৱ হিচাবে সৃষ্টি হৈছিল, কিন্তু তেওঁ বিদ্ৰোহী হৈ উঠিছিল, এতিয়াও তেওঁ বেয়া কৰ্ম কৰি আছে, কিন্তু শেষলৈ ভগৱানে তেওঁক ধ্বংসকৰিব। GCam 223.1

প্ৰভু — যীশু খ্রীষ্ট, পিতৃদেৱ — অধ্যায় ১ ময় দেখিছিলো, মোক দেখুৱা হৈছিল যেতিয়া লেখিকা এলেন হোৱাইট - এই দৰ্শন পাইছিল, তাইৰ কাৰতে এজন দেবদূতে তাইক কৈ আছিল আৰু দেখুৱাই আছিল। প্ৰকৃততে নিজৰ চৰে চোৱাখিনিহেতাই লিখি লৈছিল। — অধ্যান ১ GCam 223.2

ভগৱান — পিতা, পুত্র (যীশু খ্ৰীষ্ট) আৰ পবিত্র আত্মা, যিনি জনেই হল ভগৱানঅধ্যায় ১ GCam 223.3

ভগবানৰ পুত্র — যীশু খ্রীষ্ট অধ্যায় ১ GCam 223.4

ভগবানৰ বাণী — ১ যি ভগৱানে কয় — অধ্যায় ২ — ২ দ্য বাইবেল অধ্যায় ১৮ GCam 223.5

উদ্ধাৰ, জৰিমনা — মনুষ্য জাতিটো মূলতে ভগৱানৰ মাজতে আছিল, কিন্তু আমাৰ পূৰ্ব্ব পুৰুষৰ পাপৰ বাৱে আমি এতিয়া চয়তানৰ লটাতে আছে। যীশুৰ নামহে আমাক চয়তানৰ পৰা পাৰে। GCam 223.6

দেবদূত — এই জন দেবদূতকে পঠোৱা হৈছিল এলেন হোৱাইট এই দর্শন দেখুৱাবলৈ অধ্যায় ৩ GCam 224.1

উদয় বা আবির্ভাব — যীশুৰ পৃথিবীতে আগমন প্রথম, আহিছিল ২০০০ বছৰ আগত আৰু দ্বিতীয় আগমন হব সেনকালেই৷ GCam 224.2

ভগৱানৰ সন্তান — যীশু খ্ৰীষ্ট অধ্যায় ৪ GCam 224.3

জন দ্য ব্যাপ্তিস্ট — এজন ভবিষ্যত বৰ্ত্তা আৰু যীশুৰ ভায়েকে, তেওঁ অনুতাপ আৰু ধৰ্ম্মৰ শৰণত উদগনি দিছিল অধ্যায় ৪ GCam 224.4

ব্যাপ্টিসম — গোটেই দেহটো পানী পৃষ্ঠৰ তলত ডুবাই দি খ্রীষ্টিয় ধৰ্ম্মত ৰূপান্তৰিত কৰা অধ্যায় ৪ GCam 224.5

এলিজা — এজন ভবিষ্যতবক্তা মৃত্যু অবিহান স্বৰ্গলৈ পঠোৱা হইছিল। — অধ্যায় ৪ GCam 224.6

স্বাৰ্থত্যাগ — ভগৱানক এটি জীৱন দান দিয়া স্বয়ং যীশুখ্রীষ্ট অধ্যায় ৫ GCam 224.7

ভগৱানৰ মানুহ — ২। বর্তমানে, যীশুৰ অনুসৰণকাৰী সকল অধ্যায় ১৭ GCam 224.8

ভগৱানৰ গ্ৰন্থ — ১। স্বৰ্গত জীবনৰ গ্ৰন্থ অমৰত্ব লাভ কৰা সকলোৰ নাম আছে ইয়াত — অধ্যায় ৬২। দ্য বাইবেল GCam 225.1

মাইকেল — স্বৰ্গতশীৰ্ষ দেবদূত — অধ্যায় ৬ GCam 225.2

ৰু — মধ্যপ্রাচ্যত ওপোজা এবিধ গছ, হয়াৰ পাত বোৰ উষধৰ ৰূপে ব্যবহাৰ হয়। অধ্যায় ৭ GCam 225.3

হোচান্না — ভগৱানক প্ৰশংসা অধ্যায় ৭ GCam 225.4

চাবাথ — বিশ্ৰামৰ দিন, শুক্ৰবাৰে বেলি মাৰ যোৱাত আৰম্ভ হৈশনিবাৰে একেই সময়ত শেষ হয়। জেনোচিচ ২:২৩ — অধ্যায় ১০ GCam 225.5

উত্থান — স্বৰ্গলৈ উত্থান, সত্য নহয়। — অধ্যায় ১১ GCam 225.6

এপোচল — যি সকল মানুহ পেমা হিচাবে ধৰ্ম্ম সম্বন্ধীয় বার্তা প্ৰচাৰ কৰে, বিশেষকৈ যীশুৰ শিষ্য সকল আৰু পৌল। — অধ্যায় ১২ GCam 225.7

মানৱ পুত্র — যীশু খ্রীষ্ট অধ্যায় ১৩ GCam 225.8

জেন্টাইলচ — ইহুদী ব্যতিৰেকে বাকী সকল — অধ্যায় ১৪ GCam 225.9

পল — ধৰ্ম্ম ৰূপান্তৰৰ পূৰ্বে তেওঁচল হিচাবে পৰিচিত অধ্যায় ১৫ GCam 226.1

১৬৪৩, ১৮৪৪ — যীশুৰ দ্বিতীয় উত্থান আৰু এবৈ বিশ্বাস মতে এই বছৰতে পৃথিবীৰ পুনৰুত্থান হৈছিল। প্ৰকৃততে, সময় সম্বন্ধীয় দেনিয়ে লৰ ভবিষ্যদ্বাণী এই বছৰত শেষ হৈছিল। অধ্যায় ২৩ GCam 226.2

শেকার্ড — ১। গীর্জাৰ নেতাসকল অধ্যায় ২৩২। যীশু খ্রীষ্ট GCam 226.3

ঋষি — ভগৱানক অনুৰৰ পৰাভা পোৱা আৰু তেওঁ দেখুৱাপথ অনুসৰণ কৰা ব্যাক্তি । — অধ্যায় ২৪ GCam 226.4

চ্যাঙচুয়াৰী — স্বৰি ত্ৰাণ ঠাই যত যীশুৰে আমাৰ মুক্তিৰ বাৱে কাম কৰি আছে, হয়তো এটি সভাও আছে, পবিত্র স্থান (১ম তল) আৰু আটাইতকৈ পবিত্র স্থান (২য় তল) শেজেকে স্বৰ্গৰ অনুসৰণ কৰি ইয়কে বনহৈছি৷ ইয়াক চৈবাৰনেকল আৰু মন্দিৰ বুলিও কোৱা হয়। অধ্যায় ২৫ GCam 226.5

এটোন — এই প্রক্রিয়াৰে মানুহক নিজৰ তেজেৰে ভগৱানৰ লগত সাক্ষাৎসময় অধ্যায ২৫ GCam 226.6

জিয় — ১। এতিয়া স্বৰ্গনগৰীৰ এটানাম অধ্যায় ২৬ GCam 227.1

নতুন জেৰুজালেম — এতিয়া স্বৰ্গত থকা নগৰৰ নাম, যত ভগৱান আৰু দেবদূত সকলে বাস কৰে। এই নগৰী সদয়েৰৰ বাৱে পৃথিবী লৈ নামি আহিব। অধ্যায় ২৭ GCam 227.2

চেৰাব — উচ্চ পদ বিশিষ্ট দেবদূতঅধ্যায় ২৭ GCam 227.3

মধ্যস্ততা — অপৰাধী পাপী সকল আৰু সৰ্ব শক্তিমান পিতা দেবতাৰে মাজত যীশুৱে বিৰাজ কৰিছে, তেওঁ আমাৰ মুক্তিৰ বাৱে এই কাম কৰি আছে। অধ্যায় ২৭ GCam 227.4

পশু — ভগৱানৰ বিৰুদ্ধে যোৱা এটা ডাঙৰ মানৱগোষ্ঠী অধ্যায় ২৮ GCam 227.5

ক্যাননে — যি ঠাইখন ইজৰাইলী সকলক দিয়াৰ প্ৰতিজ্ঞা কৰা হৈছিল। স্বৰ্গৰ প্ৰতিনিধিত্ব কৰে।অধ্যায় ২৮ GCam 227.6

পেন্টিকোস্টৰ দিন — ভগৱানে ইজৰাইলক প্ৰদান কৰা এটা উৎসব অধ্যায় ২৯ GCam 227.7

এ্যাডভেন্টিষ্ট — যীশুৰ পৃথিবীত পুনৰুত্থানতৈ বিশ্বাস কৰা মানুহসকলৰ গোষ্ঠী অধ্যায় ২৯ GCam 228.1

লাওডিচিয়া — সাত খনৰ তালিকাত শেষৰটো গীর্জা (বিভিলেশন্ অধ্যায় ২,৩) এই গোষ্ঠীটোভাৱে যে তেওঁলোক ধনী আৰু আধ্যাত্মিকতাৰ কোনো প্রয়োজন নাই, কিন্তু আচলতে দুখীয়া আৰু দুৰ্দ্দশা গ্রন্থ। অধ্যায় ৩২ GCam 228.2

দ্য লেটাৰ ৰেইন — যীশী পৃথিবীলৈ উভতি অহাৰ ঠিক আগত মনুষ্য জাতিক বুজাব পবিত্র আত্মাৰ বৰণ। (জোয়েল ২:২৩, আৰু এ্যাক্টস ৩:১৯) GCam 228.3

জুবিনী — স্বাধীনতাৰ বছৰ, প্রতি ৫০ বছৰত ইজৰাইলে আটাইখিনি ইয়াৰ আচল মালিকক ঘুৰাই দিছিল। এই সময়ত কোনো কৃষি কাৰ্য্যৰ হোৱা নাছিল। GCam 228.4