মহান বিবাদ

41/46

অধ্যায় ৪০ - দ্বিতীয় পুনৰুত্থান

তাৰ পিচত যীশু আৰু দূতবিলাকৰ পবিত্ৰ অনুচৰ সমূহ আৰু সকলো সিদ্ধ পুৰুষ বিলাকে নগৰীখন ত্যাগ কৰিল। পবিত্র দূতবিলাকে যীশুক ঘেৰি ধৰিল, আৰু তেখেতৰ পথত ৰখীয়া হৈ লগত গল আৰু উদ্ধাৰ পোৱা সিদ্ধ পুৰুষ সকলৰ অনুচৰ সমূহ অনুসৰণ কৰিল। তেতিয়া যীশুৰে বৰ ভয়হ গৌৰৱত মৃতক দুষ্টবোৰক আহ্বান কৰিল( আৰু যেনে সিঁহতে একেই দুৰ্ব্বল, ৰুগীয়া শৰীৰ লৈ উঠি আহিল যি কবৰৰ ভিতৰলৈ গল, কেনেকোৱা এই দৃশ্য ! কেনেকোৱা এই ঘটনা। প্রথম পুনৰুত্থানত সকলোৱে অনন্ত জেউতিত উঠি আহিল( কিন্তু দ্বিতীয়টোত, সকলোৰে উপৰত শাওৰ চিন্ ৰোৰ দৃশ্যমান( পৃথিৱীৰ ৰজাবিলাক আৰু সম্ভ্ৰান্ত মানুহবিলাকে, অধম আৰু নিকৃষ্টবোৰ, বিদ্বান আৰু আৰু অশিক্ষিতবোৰৰ সৈতে একেলগে উলাই আহিল। সকলোৰে মনুষ্য পুত্ৰক দেখে( সেই মানুহ বিলাক যি সকলে যীশুক ঘৃণা আৰু বিদ্ৰুপ কৰিল, আৰু খাগৰিৰে তেখেতক ঘুকুৱালে, আৰু যিবিলাকে তেখেতৰ পবিত্ৰ কপালত কাঁইটৰ ৰাজমুকুট ৰাখিল, তেখেতৰ সকলো ৰাজতুল্য মহিমাত তেখেতক দেখে, যিবিলাকে তেখেতৰ বিচাৰক্ষণত তেখেতৰ ওপৰত থুই পেলায়, এতিয়া তেখেতৰ তীক্ষ্ম দৃষ্টি পাতৰ পৰা, আৰু তেখেতৰ চেহেৰাৰ মহিমাৰ পৰা মুখ ঘূৰাই দিয়ে। যি বিলাকে তেখেতৰ হাত আৰু ভৰিৰ মাজে দি গজাল সোমাল, এতিয়া তেখেতৰ ক্রচবিদ্ধ হোৱাৰ চিন্ ৰোৰৰ ওপৰত দৃষ্টি দিয়ে। যি বিলাকে তেখেতৰ পাশ্বদেশত হেঁচি শূলখন সোমায়, তেখেতৰ শৰীৰৰ ওপৰত সিঁহতৰ নিষ্ঠুৰতাৰ চিন্ ৰোৰ দেখে। সিঁহতে জানে যে তেখেতেই ঠিক সেই ব্যক্তি যাক সিঁহতে ক্রুক্রচবিদ্ধ কৰিল, আৰু তেখেতৰ মৰে মাৰ যাতনাত ভেঙুচালি কৰিল। তেতিয়া যাতনাৰ এক দীঘলীয়া লেহেম বিননি উঠে, যেনে সিঁহতে ৰজাবিলাকৰ ৰজা আৰু প্ৰভু সকলৰ প্ৰভুৰ উপস্থিতিৰ পৰা লকুবলৈ পলাই যায়। GCam 210.1

সকলোৰে শিলত লুকাবলৈ, আৰু তেখেতৰ ভয়ঙ্কৰ গৌৰবৰ পৰা ৰক্ষা কৰিবলৈ বিচাৰি আছে যাক সিঁহতে এসময়ত হেয় কৰিছিল। যেনে সকলোৰে তেখেতৰ ঐশ্বর্য্য আৰু সৰহ গৌৰৱেৰে মগ্ন হল আৰু কষ্ট পালে, সিঁহতে একেমত হৈ সিঁহতৰ মাত দিলে, আৰু ভয়ঙ্কৰ স্পষ্টতাৰে ঘোষণা কৰিল, ধন্য তেওঁ যি প্ৰভুৰ নামত আহে। GCam 211.1

তাৰ পিচত যীশু আৰু পবিত্র দূতবিলাকে, সকলো সিদ্ধ পুৰুষবিলাকৰ লগ ধৰি, আকৌ নগৰীৰ ফালে যায়, আৰু শাপগ্রস্ত দুষ্টবোৰৰ প্ৰবল কান্দোন আৰু বিননি বতাহ পূৰ্ণ কৰে। তেতিয়া মই দেখিলো চয়তানে আকৌ তাৰ কাম আৰম্ভ কৰিল। সি তাৰ চাৰিও ফলিৰ প্ৰজাসকলৰ মাজে দি গল, ক্ষীণ আৰু দূৰ্বলক সবল কৰিল, তাৰ পিচতে সি তেওঁলোকক ক’লে যে সি আৰু দূতবিলাক (মতাশালী আছিল। সি তেতিয়া অসংখ্য নিযুতৰ দিশে আঙ্গুলীয়াভ নিৰ্দেশ কৰিল যিবিলাকক ওঁঠোৱা হৈছিল। তাত আছিল প্রবল পৰাক্রমী যোদ্ধাবিলাক আৰু ৰজাবিলাক যি সকলে যুদ্ধত পটু আছিল আৰু যি সকলে ৰাজ্য সমূহ জয় কৰিছিল। আৰু তাত আছিল প্ৰবল পৰাক্ৰমী দানবোৰ, সেই সকল মানুহ যি বিলাকে আছিল, সহিসিয়াল আৰু কেতিয়াও কোনো যুদ্ধত পৰাজিত হোৱা নাছিল। তাত আছিল, অহঙ্কাৰী, ক্ষমতা লোভী নেপোলিয়ন যাৰ সমাগম ৰাজ্যসমূহক কঁপোৱা ঘটাইছিল। তাত থিয় হৈ আছিল। বৰ ওখ আকাৰৰ মানুহ বিলাকে, সম্ৰম আৰু ওফাইদাং আচৰনৰ মানুহবিলাকে, যিবিলাকে যুদ্ধত পতিত হৈছিল। তেওঁলোকে পতিত হল যেতিয়া জিকিবলৈ হৈপাহ কৰিল। যেনে তেওঁলোকে তেওঁলোকৰ কবৰৰ পৰা ওলাই আহিল, তেওঁলোকে তেওঁলোকৰ চিন্তা সমূহৰ সোঁতটো আকৌ আৰম্ভ কৰে যেতিয়া মৃত্যুত এয়া ক্ষান্ত হল। জিকিবলৈ সেই একেই উদ্যম তেওঁলোকে ধাৰণ কৰে যিটো শাসন কৰিল। যেতিয়া তেওঁলোকে পতিত হল। চয়তানে তাৰ দূত বিলাকৰ সৈতে সলা-পৰামৰ্শ কৰে, আৰু তাৰ পিচত সেই ৰজা, জীবন আৰু প্ৰবল পৰাক্রমী মানুহ বিলাকৰ সৈতে। GCam 211.2

তাৰ পিছত সি প্ৰকাণ্ড সেনাৰ ওপৰত দৃষ্টি দিয়ে আৰু তেওঁলোকক ক’লে যে নগৰীত থকা দলটো সৰু আৰু দুৰ্ব্বল, আৰু তেওঁলোকে ওপৰলৈ যাৰ পৰে আৰু সেই নগৰীক লব পাৰে আৰু ইয়াৰ অধিবাসী সকলক ওলাই দিব পাৰে, আৰু নিজসকলেই ইয়াৰ ঐশ্বর্য্য বিভূতি আৰু গৌৰব ধাৰণ কৰিব পাৰে। GCam 212.1

তেওঁলোকক প্রতাৰিত কৰিবলৈ চয়তান সফল হয়, আৰু সকলোৱে সোনকালে যুদ্ধৰ বাৱে তেওঁলোকক উপযুক্ত কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে যুদ্ধৰ অস্ত্র নির্মাণ কৰে( কাৰণ সেই প্ৰকাণ্ড সেনাদলত বহুতো পটু মানুহ আছে। তাৰপিচত চয়তানৰ নেতৃত্বত মানুহৰ জাকে আগুৱাই যায়। ৰজাবিলাক আৰু যোদ্ধাসকলে চয়তানৰ পিচে পিচেই ওচৰ চাপি যায়, আৰু মানুহৰ জাকে দলে দলে পশ্চাদ্গামী হয়। প্ৰতিটো দলত এজনকৈ নেতা আছে, আৰু যেনে তেওঁলোকে পবিত্র নগৰৰ ফালে পৃথিবীৰ ভাগি যোৱা ওপৰিভাগৰ ওপৰে দি যাত্ৰা কৰে, দিহা মানা হয়। যীশুৱে নগৰীৰ দুৱাৰবোৰ বন্ধ কৰে, আৰু এই প্ৰকাণ্ড সেনাদলে এইটো ঘেৰি ধৰে আৰু নিজ সকলক যুদ্ধৰ সাজোৰ স্থাপন কৰে। তেওঁলোকে যুদ্ধৰ সকলো বিধৰ অস্ত্র প্রস্তুত কৰিছে, এখন ভয়াবহ যুদ্ধবিগ্ৰহ আশা কৰি। নিজ সকলক তেওঁলোকে নগৰীৰ চাৰিওফালে টিজিল কৰে। যীশু আৰু গোটেই দূতৰ দলটো উজ্জ্বল ৰাজমুকুট তেওঁলোকেৰ মূৰত লৈ, আৰু সকলো সিদ্ধ পুৰুষবিলাকে তেওঁলোকেৰ উজ্জ্বল ৰাজমুকুট লৈ, নগৰীৰ দেৱালৰ ওপৰত আৰোহন কৰে। যীশুৱে মহিলাৰ সৈতে কলে, চোৱা পাপী বোৰ, সাধুবিলাকৰ পুৰস্কাৰ। আৰু চোৱা মোৰ উদ্ধাৰ প্ৰাপ্ত সকল, দুষ্টটোক দেখে। আৰু যেনে তেওঁলোকে উজ্জ্বল ৰাজমুকুটবোৰৰ ঐশ্বর্য্য সাক্ষ্য কৰে, আৰু তেওঁলোকেৰ মুখ গৌৰবত দীপ্তিমান হয়, যীশুৰ প্ৰতিমূর্ত্তিখন প্ৰকাশ কৰি, আৰু তাৰপিচতে ৰজা বিলাকৰ ৰজা আৰু প্ৰভু সকলৰ প্ৰভুৰ অনতিক্রম্য গৌৰৱ আৰু ঐশ্বর্য্য দেখে, তেওঁলোকেৰ সাহসত কম পৰে। ধন সম্পত্তি আৰু মহিমাৰ অনুভূতি যি তেওঁলোকে হেৰকৰাইছে, তেওঁলোকেৰ ওপৰত বেগেৰে ঠেলি যায়, আৰু তেওঁলোকেৰ উপলব্ধি হোৱা অনুভূতি হয় যে পাপৰ দৰমহা হৈছে মৃত্যু। তেওঁলোকে পবিত্রমুখী দলটোক দেখে যাক তেওঁলোকে হেয় কৰিছে, গৌৰব, সম্মান, অমৰত্ব আৰু অনন্ত জীৱনৰ দ্বাৰা সজোৱা যেতিয়া তেওঁলোকে প্রতিটো। নিকৃষ্ট আৰ ঘিননীয় বস্তু লৈ নগৰীখনৰ বাহিৰৰ দিশত আছে। GCam 213.1

মেথিউ ২৩:২৯( দৈববাণী ৬:২৫-২৬, ২০:৭-৯, ২২:১২-১৫। GCam 214.1