মহান বিবাদ

36/46

অধ্যায় ৩৫ - তৃতীয় বাণীৰ সমাপ্তি

মোক সেই সময়লৈ নিৰ্দেশিত কৰা হল যেতিয়া তৃতীয় বাণীটো শেষ হৈ আহিছিল। ঈশ্বৰৰ ক্ষমতা তোখতৰ মানুহ বিলাকৰ ওপৰত থিতাপি লৈছিল। তেওঁলোকে তেওঁলোকৰ কামটো সম্পন্ন কৰিছিল, আৰু তেওঁলোকেৰ আগলৈ কঠিন মুহুৰ্ত্তৰ বাৱে প্ৰস্তুত হল। তেওঁলোকে প্ৰভুৰ উপস্থিতিৰ পৰা অন্তিম বাৰিষা বা স্ফুর্তিদায়ক পাইছিল, আৰু জীয়া সাক্ষ্য সজীব হৈছিল। শেষ বৰকৈ সতর্কীকৰণ য’তে ত’তে ঘোষিত হৈছিল, আৰু এয়া জগতৰ সেই অধিবাসীসকলক উদ্গাই দিছিল আৰু খং তোলিছিল, যিবিলাকে বাণীটো গ্রহণ ন কৰে। GCam 187.1

মই দেখিলো দূতবিলাকে স্বৰ্গত ইমূৰৰ পৰা সিমূৰলৈ লৰালৰি কৰিছে। তেওঁৰ কাষত এজন লিখকৰ দোৱাত লৈ এজন দূতে পৃথিৱীৰ পৰা ঘূৰি আহিল, আৰু যীশুলৈ প্ৰতিবেদন দিলে যে, তেওঁৰ কাম সম্পন্ন হল, আৰু সিদ্ধ পুৰুষ বিলাকক গণা হল আৰু মােহৰ মাৰা হল। তেতিয়া মই যীশুক দেখিলো, যি দহোটা আজ্ঞা থকা পেৰাৰ আগত পৰিচৰ্যা কৰি আছিল, ধূপধাৰ খন দলিয়াই পেলালে। তেওঁ ওপৰমুখীয়া হৈ তেখেতৰ হাত দুখন তুলিলে আৰু উচ্চৈস্বৰত কলে, এয়া হৈছে, গোটেই দূতৰ দলটো নিজৰ নিজৰ ৰাজমুকুট খুলি থলে যেনে যীশু ভক্তিপূৰ্ণ ঘোষণা কৰিল, যি অনাচাৰী, সি ইয়াৰ পিছতে অনাচাৰ কৰক আৰু যি কদৰ্য্য, সি ইয়াৰ পিছত কদৰ্য্য হওঁক, আৰু যি ধাৰ্ম্মিক, সি ইয়াৰ পিছত ধৰ্মাচৰণ কৰক, আৰু যি পবিত্ৰ, সি ইয়াৰ পিছত অধিক পবিত্র হওঁক। GCam 187.2

মই দেখিলো যে তেতিয়া প্ৰতিটো বিচাৰ্য্য বিষৱ জীৱন বা মৃত্যুৰ বাৱে স্থিৰ কৰা হল। তেখেতৰ মানুহবিলাকৰ পাপ সমূহ যীশু মছি পেলাইছিল। তেখেতে তেখেতৰ ৰাজ্যে গ্ৰহণ কৰিছিল। আৰু তেখেতৰ ৰজাৰ প্ৰজাবিলাকৰ বাৱে প্ৰায়শ্চিত্ত কৰোৱা হৈছিল। যেতিয়া যীশু ধৰ্ম্ম মন্দিৰত পৰিচৰ্য্যা কৰি আছিল, মৃতক ধাৰ্ম্মিক সকলৰ বাৱে বিচাৰ চলোৱা হৈছিল, আৰু তাৰ পিচতে জীয়া ধাৰ্ম্মিকবিলাকৰ বাৱে। ৰজাৰ প্ৰজাবিলাকে গঠিত হল। মেষপালকৰ বিয়া সম্পন্ন হল। ৰাজৰখন আৰু গোটেই স্বৰ্গৰ যীশু ৰজাবিলাকৰ ৰজা, আৰু প্ৰভু সকলৰ প্ৰভু হিচাপে ৰাজত্ব কৰিবলৈ ধৰিব। GCam 188.1

যেনে যীশু আটাইজনক পবিত্ৰ স্থানৰ পৰা ওলাই পৰিল, মই শুনিলো তেখেতৰ পোচাকৰ ওপৰত ঘন্টাবোৰৰ জুন জুনার্ন, আৰু যেনে তেখেতে স্থান ত্যাগ কৰিলে, পৃথিবীৰ অধিবাসী সকলৰ এন্ধাৰৰ এটা ডাৱৰ আৱাবৰ ললে। তেতিয়া অপৰাধী মানুহ আৰু বিতুষ্ট ঈশ্বৰৰ মাজত কোনো মধ্যস্থ লোক নাছিল। যেতিয়া যীশু ঈশ্বৰ আৰু অপৰাধী মানুহৰ মাজত থিয় হৈ থাকিছিল, মানুহবিলাকৰ ওপৰত এটা প্ৰতিবোধ আছিল( কিন্তু যেতিয়া যীশুৰ মানুহ আৰু পিতৃন মাজৰ পৰা ওলাই গ’ল, প্ৰতিবোধটো আতৰ গল আৰু মানুহৰ ওপৰত চয়তানৰ নিয়ন্ত্ৰণ আছিল। যেতিয়া যীশু ধৰ্ম্ম মন্দিৰত পুৰুহিতালি কৰিল আপদীয়া বস্তুবোৰ নিগৰাই জলাৱাটো অসম্ভব আছিল( কিন্তু যেতিয়া তাত তেখেতৰ কাটো শেষ হল, যেনে তেখেতৰ মধ্যস্থতা শেষ হল, ঈশ্বৰৰ ক্ৰোধ ক্ষান্ত কৰিবলৈ একোৱে নে থাকে, আৰু এয়া সেই অপৰাধী পাপীৰ আশ্রয়হীন মূৰৰ উন্মত্ততাৰ সৈতে উদ্ভব হন, যি মুক্তি অবজ্ঞা কৰিছ আৰু তিৰস্কাৰক ঘিন কৰিছে। সেই ভয়ানক সময়ত সিদ্ধ পুৰুষ বিলাকে, যীশুৰ মধ্যস্থতা শেষ শেষ হোৱাৰ পিছত, এজন পবিত্ৰ ঈশ্বৰৰ দৃষ্টিত বাস কৰিছিল, এজন মধ্যস্থ লোকৰ অবিহনেই। প্ৰতিটো মোকদ্দমা নিষ্পত্তি হল, প্রতি খন মণিমুক্ত গণা হল। যীশুৱে স্বৰ্গীয় ধৰ্ম্ম মন্দিৰৰ বাহিৰৰ কোঁঠালিত এক মুহুর্ত পলম কৰিল, আৰু যি পাপ সমূহ স্বীকাৰ কৰি লোৱা হৈছিল। যেতিয়া তেখেতে আটাইজনক পবিত্ৰ স্থানত আছিল, তেখেতে ঘূৰি পাপৰ সৃষ্টি কর্তা পিশাচৰ ওপৰত স্থাপন কৰিল। এইবোৰ পাপৰ শাস্তি তাক অবশ্যেই ভোগ কৰিব লাগিব। GCam 188.2

তেতিয়া মই দেখিলো যীশুৱে তেখেতৰ যাজকীয় কাপোৰ খুলি ৰাখে আৰু নিজকে তেখেতৰ আটাইতকৈ ৰাজকীয় পোচাকত। সজায় — তেখেতৰ মূৰৰ ওপৰত বহুতো ৰাজ মুকুট আছিল, এটা ৰাজমুকুটৰ ভিতৰত আনটো আৰু দূতৰ দলটোৰে বেৰি ধৰা হল। আৰু তেখেতে স্বৰ্গ ত্যাগ কৰিল। আপদীয়া বস্তুবোৰ পৃথিবীৰ অধিবাসী সকলৰ ওপৰত পৰি আছিল। কিছু মানে ঈশ্বৰৰ প্রকাশভাবে নিন্দা কৰিছিল আৰু তেখেতক শান্ত দিছিল। আনবিলাকে ঈশ্বৰৰ মানুহবিলাকৰ ফালে বেগেৰে ঠেলি গল। আৰু তেওঁলোকক শিকাৰলৈ বিনতি কৰিল কেনেকৈ তেওঁলোকে ঈশ্বৰৰ বিচাৰৰ পৰা সাৰিব পাৰে। GCam 189.1

কিন্তু তেওঁলোকৰ বাৱে ধাৰ্ম্মিক সকলৰ একোৱে নাছিল। পাপী বিলাকৰ বাৱে শেষ চকুলো পতিত হৈছিল, শেষ যন্ত্ৰনাদায়ক প্রার্থনা উৎসর্গ কৰা হৈছিল। শেষ ভাৰ বহন কৰা হৈছিল। দয়াৰ মুধৰ মাত আৰু তেওঁলোকক আমন্ত্রণ না জনায়। সতর্কীকৰণ শেষ নির্দেশ দিয়া হৈ গৈছিল। যেতিয়া সিদ্ধ পুৰুষ সকল, আৰু গোটেই স্বৰ্গ তেওঁলোকৰ মুক্তিত আগ্ৰহী আছিল। নিজসকলৰ বাৱে তেওঁলোকৰ কোনো আগ্ৰহ কৰিল, কিন্তু এয়া পাবলৈ কোনো চেষ্টা কৰা নাছিল। তেওঁলোকে জীৱন পচৰ কৰা নাছিল। তেওঁলোকে। জীৱন পচৰ কৰা নাছিল, আৰু তেজও নাই। কোনো দয়ালু ত্ৰাণকৰ্তা তেওঁলোকৰ বাৱে লঢ়িবলৈ আৰু কান্দিবলৈ নাই, ৰেহাই দিয়ক, পাপীক আৰু অলপ সময়ৰ বাৱে ৰেহাই দিয়া। গোটেই স্বৰ্গখন যীশুৰ সৈতে একেলগ হৈছিল, যেনে তেওঁলোকে ভয়ানক কামবোৰ শুনিলে, এয়া হৈছে, এয়া শেষ হৈগৈছে। মুক্তিৰ পৰিকল্পনাখন গ্ৰহণ কৰিবলৈ পচন কৰিছিল। আৰু যেনে দয়াৰ মধুৰ মাত পাতল হৈ আহিল, এটা ভয়াতুৰ অৱস্থা আৰু আতঙ্ক তেওঁলোকক সাবটি ধৰিল। বৰ স্পষ্টকৈ তেওঁলোকে শুনে, বৰ দেৰী হৈ গৈছে। বৰ দেৰী হৈ গৈছে। GCam 190.1

যিবিলাকে ঈশ্বৰৰ কথাত মূল্য দিয়া নাছিল ইমূৰৰ পৰা সি মূৰলৈ লৰালিৰি কৰিল। তেওঁলোকে সাগৰৰ পৰা সাগৰলৈ, উত্তৰৰ পৰা পূব দিশলৈ ঘুৰি ফুৰিল, প্রভুৰ কথা বিচাৰিবলৈ। দূতে কলে, তেওঁলোকে এইটো বিচাৰি নে পায়। দেশত আকাল দেখা দিছে, এয়া অন্নৰ আকাল বা পানীৰ পিয়াহ ন হয়। কিন্তু প্ৰভুৰ কথা শ্ৰবণৰ, ঈশ্বৰৰ ওচৰৰ পৰা অনুমোদনৰ এটা কথাৰ বাৱে তেওঁলোকে কিনো নি দিয়ে। কিন্তু না হয়, তেওঁলোকক ভোক আৰু পিয়াহ অবশ্যেই লাগিব লাগে। নিতো তেওঁলোকে মুক্তি অবজ্ঞা কৰিছে। আৰু পাৰ্থিৱ আনন্দ আৰু পার্থিব ঐশ্বর্য্যক কোনো স্বৰ্গীয় উদ্দেশ্য আৰু ঐশ্বর্য্যৰ পৰা বেছি মূল্য দিছে। তেওঁলোকে যীশুক অগ্রাহ্য কৰিছে আৰু তেখেতৰ সিদ্ধ পুৰুষ সকলক অবজ্ঞা কৰিছে। কদৰ্য চিৰদিনৰ বাৱে কাৰ্য্যই অবশ্যে থাকি যাব। GCam 191.1

দুষ্ট বিলাকৰ এটা ডাঙৰ অংশ অতিকৈ ক্রদ্ধ হল। যেনে তেওঁলোক আপদীয়া বস্তুবোৰৰ প্ৰভাৱসমূহ ভোগ কৰিল। এয়া আছিল ভয়লগা যাতনাৰ এখন দৃশ্য মাতৃপিতৃসকল তীব্রভাবে তেওঁলোকৰ সন্তান বিলাকক তিৰস্কাৰ কৰি আছিল, ভ্রাতৃবিলাকে তেওঁলোকৰ ভনীসকলক আৰু ভনী সকলে তেওঁলোকৰ ভ্ৰাতৃবিলাকক। প্রত্যেক দিশতে উচ্চৈস্বৰত কান্দোন শুনা গল। এয়া আছিল তুমি যি মোক সত্য গ্ৰহণ কৰাৰ পৰা আতঁৰত ৰাখিছিলা, বিবাদ যিটোৱে মোক এই ভয়ানক ক্ষণৰ পৰা উদ্ধাৰ কৰিলে হয়। মানুহ বিলাকে তীব্র ঘৃণাৰে ধৰ্ম্মাচাৰ্য্য সকলৰ ওপৰত ঘূৰিল, আৰু এই বুলি তেওঁলোকক তিৰস্কাৰ কৰিলে, তোমালোকে আমালোকক সতর্ক কৰি দিয়া নাই। তোমালোকে আমালোকক ক’লা যে, গোটেই জগত খন ধৰ্মান্তৰিত হবলৈ ধৰিছিল আৰু ঘোষণা কৰিলা। শান্তি, শান্তি প্রতিটো ভয়কে শান্ত কৰিবলৈ যিটো উদ্গাই দিয়া হৈছিল। এই ক্ষণৰ বিষয়ত তোমালোকে আমাক কোৱা নাই, আৰু যি বিলাকে ইয়াৰ বিষয়ত আমাক সতর্ক কৰিল, তোমালোকে কলা ধৰ্ম্মান্ধ আছিল আৰু অনিষ্টকাৰী মানুহ আছিল যি সকলে আমালোকক ধ্বংস কৰিব। কিন্তু ধৰ্মাচাৰ্য্য সকলে, মই দেখিলো ঈশ্বৰৰ ক্রোধৰ পৰা সাৰি যোৱা নাছিল। তেওঁলোকৰ মানুহবিলাকৰ যাতনা ভোগৰ পৰা তেওঁলোকৰ যাতনাভোগ দহগুণ আছিল। GCam 191.2

এজেকিয়েল ৯:২-১১( ডেনিয়েল ৭:২৭( হোচিয়া ৬:৩(এমোচ ৮:১১-১৩( দৈববাণী অধ্যায় ১৬, ১৭:১৪ দেখক। GCam 192.1