মহান বিবাদ

30/46

অধ্যায় ২৯ - দৃঢ় অবস্থান

মই এটা দল দেখিলো যিটো সুৰক্ষিত আৰু দৃঢ় হৈ থিয় দিলে আৰু তেওঁলোকলৈ কোনো সহায় নি দিব যি বিলাকে দলৰ প্রতিষ্ঠিত বিসক বিনষ্ট কৰিব। ঈশ্বৰ অনুমোদনেৰে তেওঁলোকৰ ওপৰত দৃষ্টি দিলে। মোক তিনিটা খাপ দেখুওৱা হল — এক, দুই আৰু তিনি — প্ৰথম, দ্বিতীয় আৰু তৃতীয় দূতৰ বাণী। দূতে ক’লে, তেওঁ বিপদত পৰিব যি জনে এই বাণী বোৰক লৰচৰ কৰাৰ চেষ্টা কৰিব। এই বাণীবোৰৰ প্ৰকৃত জ্ঞান বিশেষ গুৰুত্বৰ। জীৱসমূহৰ অদৃষ্ট সেই আচৰণৰ ওপৰত ওলমি আছে যেনে সেইটো গ্ৰহণ কৰা হয়। মোক আকৌ এই বাণীবোৰৰ যোগেদি লৈ অনা হল আৰু দেখিলো কেনেকৈ ঈশ্বৰৰ মানুহবিলাকে তেওঁলোকৰ অভিজ্ঞতা লাভ কৰিছিল। এয়া বৰ যন্ত্ৰণা আৰু প্ৰবল সংঘৰ্ষণৰ মাজেদি লাভ কৰা হৈছিল। খাপে খাপে ঈশ্বৰে তেওঁলোকক লগত লৈ আহিছিল যেতিয়া লৈকে তেখেতে তেওঁলোকক এক আটিল, অলৰ ভেটিৰ ওপৰত স্থাপন কৰি নি দিছিল। তাৰ পিচত মই দেখিলো ব্যক্তি সকলক যেনে তেওঁলোক ভেটিৰ ফালে আগুৱাই গল তাৰ ওপৰত ভাৰ দিয়াৰ আগত ভিত খন পৰীক্ষা য কৰি। কিছুমানে উল্লাসেৰে ততালিকে তাৰ ওপৰত ভৰি থলৈ। আনবিলাকে ভেটিৰ ভিত স্থাপন লৈ খুঁত বিচাৰি পোৱা আৰম্ভ কৰিল। তেওঁলোকে উন্নতি হোৱাটো আশ কৰিল আৰু তেনেহলেই ভেটিখন বেচি নিখুঁত হব আৰু মানুহ বিলাকে বৰ আনন্দিত হব। কিছুমানে ভেটিৰ পৰা বাহিৰত ভৰি দি এয়া পৰীক্ষা কৰিল, তেতিয়া ইয়াত ভুল পালে এইটো ঘোষণা কৰি যে এয়া ভুলদৰে পতা হৈছিল। মই দেখিলো যে প্ৰায় সকলোৰে দৃঢ় তাৰে ভেটি খনৰ ওপৰত থিয় হল আৰু ইয়াৰ বাহিৰত ভৰি থোৱা সকলক তেওঁলোকৰ নলিচৰ পৰা ক্ষান্ত হবলৈ উপদেশ দিলে, কাৰণ ঈশ্বৰ আছিল প্ৰধান সেজোঁতা আৰু তেওঁলোকে তেখেতৰ বিৰূদ্ধে লড়ি আছিল। তেওঁলোকে ঈশ্বৰৰ সেই আশ্চৰ্য্য কাম বিস্তাৰিত ৰূপে বৰ্ণনা কৰিল যিটো তেওঁলোকক দৃঢ় ভেটিৰ ফালে আগুৱাই নিছিল। আৰু একেলগ হৈ প্ৰায় সকলোৱে স্বৰ্গৰ ফালে দৃষ্টি দিলে আৰু উচ্চৈস্বৰে ঈশ্বৰক গৌৰবান্বিত কৰিলে। এইটো তেওঁলোকৰ কিছুমানক প্ৰভাৱিত কৰিল যি বিলাকে ওজৰ কৰিছিল আৰু ভেটি খন এনি গল আৰু অকৌ তেওঁলোকে বিনীত দৃষ্টিৰে ইয়াৰ ওপৰত ভৰি থলে। GCam 152.1

মোক আঙ্গুলিয়াই খ্রীষ্টৰ প্ৰথম আবিভাৱৰ ঘোষণাৰ ফালে ঘূৰাই নিয়া হল। যীশুৰ আগমন পথ প্ৰস্তুত কৰিবলৈ এলিজাৰ আত্মা আৰু ক্ষমতাত জনক পঠিওৱা হল। যি বিলাকে জনৰ সাক্ষ্য অগ্রাহ্য কৰিল খ্ৰীষ্টৰ শিক্ষাৰে উপকৃত ন হল। তেখেতৰ প্ৰথম আগমনৰ ঘোষণালৈ তেওঁলোকৰ বিৰোধিতা তেওঁলোকক ৰাখি দিলে যত তেখেতৰ মেচিয়া হোৱাৰ কটকটীয়া প্ৰমাণ তেওঁলোকে অনয়াসে গ্ৰহণ কৰিব নোৱাৰিলে। চয়তানে তেওঁলোকেক আগুৱাই লৈ গল যি সকলে জনৰ বাণী অগ্রাহ্য কৰিল আৰু বেচি আগবাঢ়িবলৈ, যীশুক অগ্রাহ্য আৰু তেখেতক ক্রুচবিদ্ধ কৰিবলৈ। এইটো কৰাৰ ফলত আপোনাসকলক তেওঁলোকে ৰাখিলে এনেকুৱা স্থানত যত তেওঁলোক ইহুদী জাতিৰ উৎসবৰ দিন খনত সেই আশীবাদ গ্ৰহণ কৰিব নোৱাৰিলে, যিটো তেওঁলোকক স্বর্গীয় ধৰ্ম্ম মন্দিৰৰ মাজত পথ শিকোৱাব পাৰিলে হয়। মন্দিৰৰ আচ্ছাদন খন চিঙি যোৱাটো দেখালে যে ইহুদী উচগা আৰু বিধি বোৰ এতিয়াৰ পৰা আৰু গ্ৰহণ কৰা নহয়। বৰ উচগা দিবলৈ আগ বঢ়া হৈছিল আৰু গ্ৰহণ কৰা হৈছিল, আৰু পবিত্ৰ আত্মা যিটো উৎসবৰ দিনাখন নামি শিষ্যবিলাকৰ মনক পার্থিব ধৰ্ম্ম মন্দিৰৰ পৰা স্বর্গীয় টোৰ ফালে লৈ গল, যত তেখেতৰ নিজ তেজেৰে যীশু প্ৰৱেশ কৰিছিল আৰু তেখেতৰ প্ৰায়শ্চিত্তৰ লাভবোৰ তেখেতৰ শিষ্যবিলাকৰ ওপৰত বৰ্ষণ কৰিছিল। ইহুদী বিলাকক সম্পূর্ণ প্ৰতাৰণা আৰু এন্ধাৰত এৰি দিয়া হল। মুক্তিৰ পৰিকল্পনাৰ ওপৰত যিটো পোহৰ তেওঁলোকৰ থাকিব পাৰিলে হেতেঁন তাৰ গোটেই খিনি হেৰুৱালে, আৰু তেতিয়াও তেওঁলোকৰ অকামিলা সমৰ্পৰ আৰু উৎসৰ্গবোৰত আস্থা ৰাখিল। পবিত্র স্থানত খ্রীষ্টৰ মধ্যস্থতাৰে তেওঁলোকক উপকাৰ কৰিব পৰা নগল হেতেঁন। স্বর্গীয় ধৰ্ম্ম মন্দিৰ খন পার্থিবখনৰ স্থানল লৈছিল। তথাপি স্বৰ্গীয় খনলৈ যোৱাৰ পথৰ বিষয়ত তেওঁলোকৰ কোনো জ্ঞান নাছিল। GCam 153.1

যীশুক নামঞ্জুৰ আৰু তেখেতক ক্রচবিদ্ধ কৰাত ইহুদীবিলাকৰ কর্মপদ্ধতিলে বহুতোৱে বৰকৈ ঘৃণাৰে দেখে। যিনে তেওঁলোকে তেখেতৰ লাজলগা অপব্যৱহাৰ বিষয়ত ইতিহাস পাঠ কৰে, তেওঁলোকে ভাবে তেওঁলোকে খ্ৰীষ্টক ভাল পায়, আৰু পিটাৰৰ নিচিনা তেখেতক অস্বীকাৰ ন কৰিল হেতেন, বা ইহুদীবিলাকৰ নিচিনা তেখেতক ক্রচবিদ্ধ ন কৰিল হেতেঁন। কিন্তু ঈশ্বৰ যিখেতে তেখেতৰ পুত্ৰৰ বাবে তেওঁলোক খুলাখুলিকৈ ঘোষিত সহানুভূতি সাক্ষ্য কৰিছে, তেওঁলোকক সাব্যস্ত কৰিছে আৰু সেই প্ৰেমক পৰখলৈ আনিছে যিটো তেওঁলোকে যীশুৰ বাৱে খুলাখুলিকৈ ঘোষণা কৰিল। GCam 154.1

গোটেই স্বৰ্গখন অতিকৈ আগ্ৰহেৰে বাণীটোৰ সন্মতি লক্ষ্য কৰিল। কিন্তু বহুতোৱে যি সকলে যীশুক ভাল পায় বুলি খুলাখুলিকৈ ঘোষণা কৰে, আৰু যি সকলে চকুৰ পানী ওলিৱায় যেতিয়া তেওঁলোক ক্রচৰ গল্প পঢ়ে, আনন্দেৰে বাণীটো গ্ৰহণ কৰাৰ বিপৰীতে ক্রোধেৰে উত্তেজিত হয় আৰু যীশুৰ আগমনৰ শুভ বার্তাৰ খনক বিদ্রুপ কৰে আৰু ইয়াক প্ৰতাৰণা বুলি প্ৰকাশ কৰে। তেওঁলোকে সিঁহতৰ সৈতে সংসর্গ নে ৰাখে যি সকলে তেখেতৰ আবিভাৱক ভাল পালে, কিন্তু সিঁহতক ঘৃণা কৰিল আৰু গীর্জাঘৰ বোৰৰ পৰা উলিৱাই দিলে। যি বিলাকে প্রথম বাণীটো অগ্রাহ্য কৰিল। দ্বিতীয়টোৰে উপকৃত হব নোৱাৰিলে আৰু সেই মাজ নিশাৰ ঘোষণাৰে উপকৃত ন হল, যিটো তেওঁলোকক স্বৰ্গীয় ধৰ্ম্ম মন্দিৰৰ আটাইতকৈ পবিত্র স্থানৰ ভিতৰত বিশ্বাসেৰে যীশুৰ সৈতে GCam 155.1