মহান বিবাদ

16/46

অধ্যায় ১৫ - ইহুদীবিলাকৰ পৌলক হত্যাৰ সিদ্ধান্ত

মুখ্য পুৰোহিত আৰু শাসক সকলক পৌলক বিৰুদ্ধে ঘৃণাৰে উত্তেজিত কৰা হৈছিল তেওঁলোকে তেওঁৰ অভিজ্ঞতা সম্বন্ধীয় প্ৰভাৱ সাক্ষ্য কৰাৰ ফলস্বৰূপে। তেওঁলোকে দেখিলে যে তেওঁ সাহসেৰে যীশুৰ প্ৰচাৰ কৰি তেখেতৰ নামত আশ্চৰ্য্য ঘটনাবোৰ মোহৰিলে। মানুহৰ জাকে তেওঁক শুনিলে আৰু তেওঁলোকক ঈশ্বৰ পুত্ৰৰ হত্যাকাৰী হিচাপে বিবেচনা কৰিলে। তেওঁলোকৰ ক্ৰোধক উচটোৱা হ’লাৰু তেওঁলোকে উত্তেজনা দমন কৰাৰ বাবে কি কৰিলে। আটাইতকৈ ভাল হয় সেইটোৱে আলোচনাকৰাৰ বাবে গোট খালে। তেওঁ লোকে সম্মত হ’ল যে পলক হত্যা কৰাই তেওঁলোকৰ একমাত্ৰ নিৰাপদ উপায় আছিল। কিন্তু ঈশ্বৰ তেওঁলোকৰ উদ্দেশ্যটো জানি পেলাই তেওঁক ৰক্ষা কৰাৰ বাবে দূতবিলাকক পঠিয়ালে যাতে তেওঁৱে তেওঁৰ লক্ষ্য পূৰণ কৰি যীশুৰ নামৰ বাবে যাতনা ভোগ কৰিব পাবে। GCam 74.1

পৌলক জনোৱা হৈছিল যে ইহুদীবিলাকে তেওঁৰ জীবনটো বিচাৰি আছিল। চয়তানে অবিশ্বাসী ইহুদীবিলাকক আগুৱাই নি হত্যা কৰিব বিচাৰিছিল। কিন্তু শিষ্যবিলাকে বাধা দিয়াত প’লক। উদ্দেশ্য সফল নহ’ল। প’লে জেৰুজালেম লৈ গ’ল শিষ্যবিলাকৰ লগত যোগ দিয়াৰ বাবে কিন্তু তেওঁলোকে বিশ্বাস কৰিব পৰা নাছিল যে তেওঁ যীশুৰেই এজন শিষ্য আছিল। ইহুদী বিলাকে আৰু তেওঁৰ নিজৰ ভ্ৰাতৃসকলে তেওঁক বিশ্বাস নকৰাত প’লক লৈ গ’ল ভবিষ্যতবক্তা সকলৰ ওচৰত আৰু ঘোষণা কৰিলে তেওঁলোকৰ আগত যে তেওঁ কেনেকৈ যোৱাৰ পথেৰে প্রভুক দেখিছিল আৰু তেওঁ সাহসেৰে যীশুৰ নামত দামেছেকত প্ৰচাৰ কৰিছিল। GCam 74.2

কিন্তু চয়তানে পৌলক নাশ কৰাৰ বাবে ইহুদীবিলাকক লৰাই আছিল আৰু যীশুৰ তেওঁক জেৰুজালেমৰ পৰা বিদায় জনালে। যীশুৰ প্ৰচাৰ আৰু আশ্চৰ্য্য কামবোৰ কৰি যেতিয়া তেওঁ আন। আন নগৰীত প্ৰৱেশ কৰিলে বহুতোৰে ধৰ্মান্তকৰণ হৈছিল। মুক্তিৰ পূজা কৰা মানুহবিলাকে শিষ্য তোমালোকে মানুহক নহয় অবশ্যেই ঈশ্বৰক পূজা কৰিব লাগে যাৰ দ্বাৰা সৃষ্টি হৈছে স্বৰ্গ, পৃথিবীৰ আৰু বাকী সকলো বস্তুৱে। পৌলে তেওঁলোকৰ আগত ঈশ্বৰৰ প্ৰশংসা কৰিলেও তেওঁলোকক ধৰি ৰাখিব নোৱাৰিলে। পিচলৈ পৌলে তেওঁলোকৰ মনত প্ৰকৃত ঈশ্বৰ বিশ্বাসৰ প্ৰথম জ্ঞান দিয়াৰ চেষ্টা কৰিলেও চয়তানে আন নগৰবোৰৰ অবিশ্বাসী ইহুদীবিলাকক পৌলক অনুসৰণ কৰি তেওঁৰ যোগেদি হোৱা ভাল কামবোৰ নাশ কৰাৰ বাবে আগলৈ খেদালে। ইহুদী বিলাকে উচটি পৌলৰ বিৰূদ্ধে মিছা প্রতিবেদনৰে সেই প্রতিমাপূজক সকলৰ মনবোৰ উত্তেজিত কৰিলে। মানুহবিলাকৰ বিস্ময় আৰু শলাগ এতিয়া ঘৃণালৈ পৰিবর্ত্তিত হ’ল আৰু তেওঁলোকে যি সকলে কিছু সময় আগতেও শিষ্যবিলাকক পূজা কৰিবলৈ ধৰিছিল, পৌলক শিলেৰে দলিয়াই নগৰখনৰ পৰা উলিৱাই দিলে এইটো ভাবি যে তেওঁৰ মৃত্যু হৈ গৈছে। কিন্তু যেতিয়া শিষ্যবিলাকে পৌলৰ চাৰিওকাষে থিয় হৈ তেওঁৰ বাবে শোক প্রকাশ কৰি আছিল, তেওঁলোকৰ মাজত আনন্দৰে তেওঁৰ উত্থান হ’ল আৰু তেওঁলোকৰ সৈতে তেওঁ নগৰখনত প্ৰৱেশ কৰিলে। GCam 75.1

যেনে পৌলে যীশুৰ প্ৰচাৰ কৰিলে, তেনে অৱস্থাতে স্বৰ্গীয় আত্মা থকা এজনী তিৰোতাই কান্দি কান্দি শিষ্যবিলাকক অনুসৰণ কৰিল। এই কন্দোনে সত্যৰ পৰা মানুহ বিলাকক আঁত্তৰাই নিয়াত পৌলে দুখ প্ৰকাশ কৰিলে। চয়তানৰ তিৰোতাজনীৰে এই কামটো কৰোৱাৰ উদ্দেশ্য আছিল মানুহ বিলাকক আমনি লগোৱা আৰু শিষ্যবিলাকৰ প্ৰভাৱ নাশ কৰা। কিন্তু পৌলৰ আত্মায়ে তিৰোতা জনীক যীশু খ্ৰীষ্টৰ নামত আদেশ দিয়াত নষ্ট আত্মাটো তেওঁৰ পৰা ওলাই আহিল। GCam 76.1

তিৰোতাজনীৰ প্ৰভুসকলে তেওঁ খ্ৰীষ্টৰ জেনী অনুগত শিষ্য হোৱালৈ ত্রুদ্ধ হৈ উঠিল কাৰণ তেওঁলোকৰ লাভখিনি নাইকিয়া যোৱা যেন দেখদিলে। চয়তানৰ উদ্দেশ্য অসফল হ’ল কিন্তু তাৰ দাসবোৰে পৌল আৰু চিলাচক ধৰিলে আৰু সকলো ঠাইতে লৈ। গ’ল। এই ইহুদী মানুহবিলাকে আমাৰ নগৰ খনক অত্যাধিক সমস্যা দিছে ̶ ̶ এই বুলি দণ্ডাধীশৰ আদেশ মৰ্মে মানুহৰ জাকে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰিল। পিচলৈতেওঁলোকক কাৰা গাৰতবন্দী কৰা হ’ল যদিও ঈশ্বৰৰ দূত বিলাকে তেওঁলোকৰ কাৰত ঈশ্বৰৰ ৰূপত থিয় দিলে। GCam 76.2

মাজৰাতিত পৌল আৰু চিলাচে ঈশ্বৰৰ নামত জয়গান কৰাৰ ফলতে ডাঙৰ ভূঁইকঁপ হ’ল য’ত কাৰাগাৰৰ ভিত্তিটো ভাঙি গ’ল আৰু লগে লগে ঈশ্বৰৰ দূতে কাৰাগাৰত বন্দী হৈ থকা সকলোৰ হাতখন ঢিলা কৰি দিলে। কাৰাগাৰৰ পহৰাদাৰে জাগি গ’ল আৰু শংকিত হৈ দেখিল যে কাৰাগাৰৰ দুৱাববোৰ খুলি গৈছে।তেওঁবিল যে সকলো বন্দীয়ে পলাই গৈছিল আৰু তেওঁৰ অবশ্যেই শাস্তি হ’ব। যেতিয়া তেওঁ নিজকে নিজে হত্যা কৰিবলৈ প্রস্তুত হ’ল পৌলে তেওঁক ক’লে, তোমাৰ কোনো ক্ষতি সাধন ন কৰিব। তোমাৰ উদ্ধাৰ হল অকল যীশু খ্রীষ্টৰ নামত প্ৰচাৰ কৰিলেহে আৰু সেই ৰাতি খনতেই জেলাৰকে ধৰি সকলো কাৰাগাৰৰ কৰ্মীয়ে তেওঁলোকক সহায় কৰিলে আৰু তেওঁলোকক আটাইকে ধন্মান্তর কৰা হ’ল। GCam 77.1

ঈশ্বৰৰ মহিমান্বিত ক্ষমতাৰে কাৰাগাৰৰ দুৱাৰবোৰ খুলা আৰু জেলাৰ আৰু তেওঁৰ পৰিয়ালৰ ধৰ্মান্তকৰণ আৰু খ্ৰীষ্ট ধৰ্ম্মত শলগে লগোৱাৰ আশ্চৰ্যকৰ বার্তাৰটো বিদেশতো প্ৰচাৰিত হ’ল। শাসক বিলাকে এই বাৰ্তাটো শুনি শংকিত হৈ গ’ল আৰু জেলাৰক মাতি পঠিয়াই তেওঁক অনুৰোধ কৰিলে যাতে পৌলআৰু চিলাচক যাবলৈ দিয়া হয়। কিন্তু পৌল আৰু চিলাচে উলাই যাবলৈ মান্তি নহ’ল কাৰণ সিঁহতে সিঁহতক চেকাৰে শাস্তি দিয়া সকলোকে ভিতৰত আহি সিঁহতক উলিৱাই লৈ যোৱাৰ কথা ক’লে। পৌল আৰু চিলাচে ঈশ্বৰৰ ক্ষমতাৰ প্ৰদৰ্শনটো লুকুৱাই ৰখাত ইচ্ছা প্রকাশ কৰনাছিল। ইয়াৰ পিচত তেওঁলোকে আহি সিঁহতক উলিৱাই আনিলে আৰু সিঁহতৰ আগত ইচ্ছা প্ৰকাশ কৰিলে যাতে সিঁহতে নগৰখনৰ পৰা গুচি যায়। GCam 77.2

এক্টচ্ অধ্যায় ১৪ আৰু ১৬ দেখক GCam 78.1